DataMap — India Local News

কাছাৰৰ কালাইনত উদ্ধাৰ চুৰি হোৱা সামগ্রী

, WB

কাছাৰৰ কালাইনত উদ্ধাৰ চুৰি হোৱা সামগ্রী

কাছাৰৰ কালাইনত উদ্ধাৰ চুৰি হোৱা সামগ্রী। নাতানপুৰৰ মুহিম উদ্দিন নামৰ স্ক্রেপ ব্যৱসায়ীৰ ঘৰৰ পৰা জব্দ সামগ্রীসমূহ। জব্দ বেটাৰী, বৈদ্যুতিক মটৰ, বিভিন্ন ধৰণৰ বাচন-বৰ্তন। লগতে জব্দ মন্দিৰ-মছজিদৰ সামগ্রীসহ বাহনৰ বিভিন্ন অংশ। #PratidinTime #cachar #AssamNews

Originally reported by Pratidin Time.