তাজমহল কাৰ ? হিন্দু নে মুছলমানৰ ?
, WB
সময়ে সময়ে বিষয়টোক লৈ তোলপাৰ লাগি আহিছে দেশ ।এইবাৰ এক যুক্তি লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে এজন ব্যক্তি। ব্যক্তিজনৰ দাবী ,তাজমহল আচলতে হেনো এটা প্ৰাচীন হিন্দু মন্দিৰহে। #PratidinTime #tajmahal
Originally reported by Pratidin Time.